সূচীপত্ৰ - অক্টোবৰ ২০২৬

✍️ প্ৰবন্ধ
🍂 শৰৎ-বিশেষ
📑 কবিতা
💭 অনুভৱ
📜 গল্প
📖 অণুগল্প
✨ ইতিবাচক

About Us

October 09, 2026
 অসমৰ প্ৰথমখন বাৰ্তালোচনী 'অৰুণোদয়’ৰ জন্মস্থান ঐতিহাসিক শিৱসাগৰৰ পৰা প্ৰকাশিত ভিন্নস্বাদৰ মনপৰশা আলোচনী 'বৰ্ণম’ৰ প্ৰথমটি সংখ্যা প্ৰকাশ পায় এপ্ৰিল ২০২২-ত। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ মানসেৰে জন্মলাভ কৰা 'বৰ্ণম’ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ অনুসৰি ছপা ৰূপৰ পৰা ই-আলোচনীৰ ৰূপ লয় মাৰ্চ ২০২৬-ত। সদাশয় ৰাইজ, লেখক-লেখিকা, পাঠকসকলৰ পৰামৰ্শ আৰু সহযোগিতাৰে 'বৰ্ণম’ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰয়াস অব্যাহত থাকিব।

প্ৰশান্ত বৰগোহাঁই
মুখ্য সম্পাদক
'বৰ্ণম’
ই-মেইলঃ barnamsivasagar@gmail.com

No comments:

Powered by Blogger.